সোমবার, ৩১ জানুয়ারি, ২০১১

পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতা

ভাষাৰ পৃথিৱীত, ছন্দৰ মায়াৰে, শব্দৰ যাদুকৰী পৰশেৰে জীৱন্ত হৈ উঠা প্ৰতিটো অনুভৱেই কবিতা । আন্তৰ্জালৰ পৃথিৱীলৈ অসমীয়া ভাষা-সাহিত্যক ইউনিক’ডৰ মাধ্যমেৰে লৈ যোৱাৰ প্ৰয়াসেৰেই ’পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতা’ৰ জন্ম ।আহক কবিতা লিখোঁ, কবিতা পঢ়োঁ আৰু কবিতাৰ মাধ্যমেৰে অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যাওঁ

“বৰ্ষা”

চিকমিক বিজুলী
মেঘবোৰ উদুলি-মুদুলি,
আকাশে মাদল বায়,
পথাৰ সেউজীয়া
ৰোৱণী উৰণীয়া,
প্রকৃ্তি গাভৰু হয়।

উতনুৱা মেঘবোৰে
ৰাংঢালী বৰষাক
বেছিকৈ জোকালে
লুইতখন বলিয়া হয়,
মানুহৰ পাতকত
বৰষাও পাতকী,
ৰজাঘৰৰ পদূলিৰে
ৰাইজৰ চকুলো বয়।

হালোৱা ককাইটিৰ
হিয়াৰে পানচৈ
কাঁচিয়লি ধাননি
লুইতত বুৰ গ’ল,

চৌদিশৰ বতাহত
‘ৰিফিউজী’ৰ হাহাকাৰ,
খালৈটোৰ ভিতৰত
ৰূপোৱালি পুঠিজাকৰ
ফুৰ্ফুৰীয়া গোন্ধটো
ক’ত যে হেৰাই গ’ল!

প্রেমিকৰ পদূলিত
আশাহত গধূ্লি,
কবিৰো ভাষাবোৰ
পাৰ ভাঙি উপচি
ৰাজপথে উটুৱাই নিলে।

বৰতাৰে চেওৱা চালত
ঝিপ ঝিপ বাৰিষাৰ
সুমধুৰ ঝংকাৰ
শুনিবলৈ নোপোৱা,
তামীঘৰাৰ শিবিৰত
ভোকাতুৰ কান্দোনৰ
গুঞ্জৰ ভাঁহি ৰয়।

মানুহেই যেতিয়া
নাভাবি অকণো
আপো্ন ধৰণীক
শতুৰু শালিছে,
বৰষাৰো সিহঁতলে
নালাগে এধানি ব্যথা।

এনেকৈ থাকিলে
সুদূৰৰ গৰাহত
লুইতৰ বুকুত
জাহ যাব অসম
জাহ যাবি অসমীয়া,
ইতিহাসৰ পাত
লুটিয়াই চাবলৈ
ৰৈ যাব আধাজ্বলা প্রলয়ৰ শিখা।

(@উচ্চজিৎ কলিতা)






সৰাপাত




ব'হাগৰ কপৌ হৈ ফুলা সপোনবোৰ
চকুলোৰে নাঙঠ হ’ল

কাতিৰ কুঁৱলিসনা শেৱালি বিচৰা
হেপাহবোৰ
ক’ত যে স্তব্ধ হৈ ৰ’ল

কুলিটি আহিব জানো
ব'হাগৰ বতৰা লৈ
আৰু জানো কেতিয়াবা গাব
হাঁহি নাচোনৰ গীতবোৰ
মোৰ পৰাণ নাচি উঠক বুলি

টো্প-টো্প-টো্প
নিয়ৰৰ টো্পালবোৰ
আজিও জানোচা সৰে
চেঁচা বতাহছাটিৰ আঘাতত

@Kangkan Talukdar


ব'হাগ

(1)
এজাক উদ্বাউল ৰ'দৰ
কলকলনি--
মোৰ ব'হাগ।

দুৰ্বাদল বাৰিষাৰ
কৰ্কশ স্পৰ্শ
ভূপতিত সেউজীয়া ভ্রূণ
মোৰ ব'হাগ।

কাঁইটিয়া কৈশোৰৰ
নিবিড় অৰণ্যাভিযান
এখিলা পাত,এটা মন্ত্র
ত্রস্তমান স্বপ্নৰ এআকাশ বিশ্বাস
মোৰ ব'হাগ।

(2)
সভ্যতাৰ ধূমায়মান আকাশ
পৰ্ণপাতী আৱেগৰ
তামবৰণীয়া কলাজ
নতুন ব'হাগ
মোৰ ব'হাগ।


পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতাৰ সমূহ উদ্যোক্তা, পৰিযোগী আৰু সদস্যকে ভোগালী বিহুৰ শুভেচ্ছা যাছিলোঁ| এই ভোগালীয়ে অসমলৈ শান্তি সম্প্ৰীতি ঘূৰাই আনক আৰু অসম আকৌ উন্নতিৰ পথত আগবাঢ়ক| পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতাৰ তৃতীয় পষেকৰ বিষয়ৰ লগত সাঙোৰ খোৱাকৈ এটা কবিতা ৰচনা কৰিছিলোঁ, আপোনালোকলৈ ভোগালীৰ শুভেচ্ছাৰে সেই কবিতাটো আগবঢ়ালোঁ---

ভোগালীৰ সুৰ:

ভোগালী মানেই মনে নামানা কিছু আত্মকথা
এৰি থৈ অহা বহুতো সাধুকথা
ভোগালী মানেই উছৱৰ বতৰ
আকাংক্ষাৰ লহৰ
কাৰোবাৰ সুৰত সুৰ মিলাই
ফুলি উঠা এটি প্ৰহৰ
ভোগালী আহিলেই পুতুকণৰ উলাহ চৰে
আঘোণীৰো মন উৰোঁ উৰোঁ,
বছৰত যে পয়েৰাকে এবাৰেই হাঁহে.!
ভোগালী মানেই বিধ্বংসী মৰণপণ
ভোগতেই আৰম্ভণি, ভোগতেই সমৰ্পণ
ভোগালী মানেই মাজনিশাৰ অস্বস্তি
তেজৰ বানত উটি যোৱা নব্বৈৰ নলবাৰী
ভোগালী মানেই আশ্বাস, বিশ্বাস
অসমৰ বুকুত প্ৰতিশ্ৰুতিৰ নিশ্বাস
ভোগালী মানেই বেদনাৰ অন্ত
অপেক্ষাৰ বন্দনা ইমানতে সমাপ্ত
ভোগালীতেই আইৰ আঁচল চকুলোত তিতিছে
পোনাকণে হাবি এৰি ঘৰলৈ আহিছে..



“তেজ লগা ভোগালি”

পুৰণি কবিতাৰ শাৰী এটি গুণগুণাই
মেজিৰ উমত বহি আছিল আজন্ম কবি
মৃত্যুশীতল পুহৰ
পোৰা মঙহৰ সোৱাদ লৈ
ভোগালি আহিছে
লাৰু-পিঠা,মাহ-কাৰৈৰ পেটেণ্ট কৰিবলৈ
এইবাৰ বাৰু আহিব নেকি
কোনোবা বিদেশী বণিক ?

ম’হ যুঁজ, কণী যুঁজ দেখোন কেতিয়াবাই অস্পৃশ্য
এইবাৰৰ ভোগালিত
পৰমাণুৰ যুঁজ এখন পতাই ভাল
হাজাৰ হওঁক তেতিয়া
সকলোৱে শুই থাকিব শেষৰ উশাহ লৈ,
কোনোৱে দুখৰ নৈত উটিবলৈ
জীয়াই নাথাকিব
গুপ্তহত্যা-গণহত্যাৰ পিছত
বুকু শুদা হোৱা মাতৃৰ দৰে
সেওঁতা উকা হোৱা বোৱাৰীবোৰৰ দৰে
আৰু বাটে-ঘাটে অনাথ হোৱা শিশুবোৰৰ দৰে |

মেজিৰ জুইত জীৱনৰ উম বিচাৰি আহত কবি
হিংসাৰ চুবুৰিত আজি বিদ্রোহী কবি !
ভোগালিক ভোগ কৰিবলৈ কচাইবোৰৰ সংখ্যা বাঢ়িছে
বঢ়া নাই মানুহৰ সংখ্যা,
কবিৰ কলমত সেয়েই হয়তো ইমান নিৰাশা
সময়ৰ তেজ লগা ভোগালিত | (@উচ্চজিৎ@)

(গোষ্ঠীগোত সংঘৰ্ষত নিহত সকলৰ স্মৃতিত)



চহৰৰ ভোগালী

চিডি প্লেয়াৰত বাজিছে হিংলিছ ছং
আৰু হাতে হাতে বিলাতী উন্মাদনা
ভোগালীৰ ৰাগীত মতলীয়া
আমি অসমীয়া...

আমি পাহৰিলো খমখমীয়া পাট
অথবা তাঁতৰ জাত
ব্য়স্ত বুলি শিকিলো
পছিমীয়া ঢং
জীৱন কৰি তুলিলো ছৰ্ট-কাট...

আমি সদায়ে হেপ্পী
নিউ য়েৰ, মেৰিজ, এনিভাৰ্ছেৰি
বাৰ্থ-ডে, ফাদাৰ্ছ-ডে, মাদাৰ্ছ-ডে
আনকি সাৰি যোৱা নাই বাপতি সাহন বিহুটি
এনে দিনো আহিব যেন
কাৰোবাৰ আই-বোপাইৰ বছৰেকীয়াৰ দিনাও
কোনোবাই হয়তো ক‘ব "হেপ্পী..."
আৰু প্ৰীতিৰ উপহাৰ যাচিব হাঁহি হাঁহি...

হায়ৰে অসমীয়া, ধিক অসমীয়া !

ৰঙতে ৰঙীন হৈ
পাহৰো নিজৰেই ঘৰমুৱা বাট
এনেদৰেই হেৰুৱাম নেকি
আমাৰ অমিয়া মাত?







বহুদিন হʼল
মনৰ বহু কথা ৰʼল
কʼম
কʼম
বুলি ভাবোঁতেই
কোৱা যে নহʼল

তোমাৰ হৃদয় জুৰোৱা
সেউজী চোতালৰ
দলিচাত বহি
উৰাম কেতিয়াবা
অলেখ ভাৱনাৰ
ৰঙা-নীলা চিলা

@Utpal Saikia



নতুন বছৰৰ আশা

সকলো একেই আছে
পুৱাতে উঠি পুহীয়াই মৰণা মাৰিব
মাঘ পালেহি
এইবাৰ এমোন ধান বেছিকৈ পালে
আঘোণীক চহৰৰ ডাক্টৰক দেখুৱাব
তাইৰ বিষটো বাঢ়ি বাঢ়ি পেটতো কুঁজা হৈ পৰিছে
আৰু তাৰ ঘাঁ টুকুৰা ক্ৰমান্বয়ে... ?
(সৰুতে জোকে কামোৰা ঘাঁ, তাৰ বুকুত)
সেয়া সি ভবা নাই |
চকুহাল জোৰে মুদিছে
(কঁপি কঁপি জাৰ কেঁথাত সোমাইছে)

ঈশ্বৰ ক‘ত আছে
এইবাৰ এমোন ধান বেছিকৈ পালে..
@Kuldip Medhi




পষেকীয়া অসমীয়া কবিতা প্ৰতিযোগিতাৰ আয়োজকবৃন্দৰ ফালৰ পৰা মনোজ মন কলিতালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ, লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ কবিলৈ আমাৰ শুভেচ্ছা যাছিলোঁ
নতুন বছৰ সকলোৰে বাবে শুভ হওঁক আৰু কবিতাবোৰে অসমীয়া ভাষা-সংস্কৃতিক সম্পূৰ্ণৰূপে প্ৰতিনিধিত্ব কৰক......
নতুন বছৰৰ নতুন পুৱা এটি নতুন কবিতাৰে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ-----

গান গোৱা ছোৱালীজনী

তাই গান গাই ভাল পায়
তাইৰ মাত নুশুনিলে বেলিয়ে শোৱাপাটী নেৰে
তাইৰ সুৰৰ সোৱাদত সন্ধিয়াবোৰ
ৰূপৰ কাঁহী-বাতি
সুৰৰ মাজত তাই বিচাৰি যায় কোনোবা স্বপ্নকুমাৰক
তাৰ পৰশ, তাৰ মৰম, তাৰ ঊষ্ণতা
তাইৰ গানে গানে বিয়পে
যেন এডালি লতা হৈ মেৰিয়াই ধৰিব সাতসৰী
ভালপোৱাৰ প্ৰতিটো স্বৰগমতেই তাইৰ লাজ ঢৌ খেলি থাকে
লাজ লাগিলে তাই এটা ৰঙা পনিয়ল হৈ গোট মাৰিব খোজে
তাইৰ কণ্ঠ বাৰিষাৰ ভোগদৈ
কঢ়িয়াই নিয়ে ৰং আৰু বিষাদ একেলগে
আপোনাৰ দুঃখ যন্ত্ৰনা হৰণকাৰী বিষল্যকৰণী
অথবা সুখৰ মূহুৰ্ত্তত গাই যোৱা ভৈৰৱ ৰাগ এটি
পুৱাৰ পোহৰত তাইৰ দুগাল উপচি গুলপীয়াবোৰৰ উচপিচনি
আবেলি নীলাভ বক্ষৰ পালপতা বগলী
ঋতুৱে ঋতুৱে তাইৰ ন-ৰং
সপোন আৰু হেঁপাহৰ আগমণি
ভুলতেও ভাল পাওঁ বুলি নক’ব তাইক
তাইৰ লাজ লাগিব পাৰে
লাজ লাগিলে পনিয়ল হৈ গোট মাৰিব খোজে তাই
তাইৰ ভালপোৱা গানৰ মাজতেই
পাৰে যদি সেই গানটো হ’বলৈ চেষ্টা কৰক
অথবা সুৰৰ সপ্তনদী
যাক লৈ তাই সপোন দেখে দিবানিশি..

It’s you.


Once I wasn’t always so plain.
I was strewn feathers on a cross
of dune, an expanse of ocean
...at my feet, garlands of gulls.

Sirens and gulls. They couldn’t tame you.
You know as well as they: to be
a dove is to bear the falcon
at your breast, your nights, your seas.

My fear is simple, heart-faced
above a flare of etchings, a lineage
in letters, my sudden stare. It’s you.

It’s you! sang the heart upon its mantel
pelvis. Blush of my breath, catch
of my see—beautiful bird—It’s you.



>>>> García Lorca।





Source: From the Cables of Genocide: Poems on Love and Hunger

তবে যাইনা একদিন হারিয়..............................।।

হারিয়ে যাওয়া
_________ মাহমুদ ইফতেখার হেলিম

...ক্রমশঃ এই ইচ্ছেটি তীব্র হচ্ছে
কোনদিন যদি হারিয়ে যাই এই গৃহস্থালী ছেড়ে,
ধ্যানমগ্ন মৌনী পাহাড়ের গহ্বরে,
হাওয়া মহলের টানে হাওড়ের জলে,
ধান ক্ষেতে, মরমী জোসনায়,
বাউলের আখড়ায়,
নিঃসঙ্গে নিসর্গে।
কি করবে তুমি?
থানায় জিডি করে নিখোঁজ সংবাদ দিবে?
পীরের কাছে যাবে?
তদবিরে কি ফিরবো আমি?
যদি ফিরি তোমার টানেই ফিরবো

তবে যাইনা একদিন হারিয়ে!

শুধু দুঃখের স্রোতে...........................।।

হে ঊদাসী রমণী
তুমি কি গিয়েছিলে কোনদিন
দুঃখের মেলায়?
...সারাক্ষণই মেতে থাক
অজানা কোনো সুখের খেলায়।
বুঝেছো কি কোনদিন
দুঃখের অনুভুতি,
সুখের জন্য করে গেলে
অন্যের কত ক্ষতি।
বুঝতে চাওনি কোনদিন
দুঃখ কেমন হয়,
দুঃখী ঐ মানুষগুলো
কেমনে বেঁচে রয়।
বুঝিতে পারিবে সেদিন
যেদিন দুঃখ তোমার আসিবে,
পাইবে না কোন ঠাঁই,
শুধু দুঃখের স্রোতে ভাসিবে।

আমি তোমাকে আমার পরান ভরিয়া আঁকি।.......................................

বসন্তচিত্র"
__________ নির্মলেন্দু গুণ

একজন চিত্রক্রেতার সবিনয় অনুরোধে
আমি আঁকতে বসেছি একটি আমগাছের ছবি—
...যে তার দেহচ্ছায়া রামসুন্দর পাঠাগারের
সবুজ টিনের চালের ওপরে বিছিয়ে দিয়েছে।

গাছের সবুজ পাতারা সবইপ্রায় ঢাকা পড়েছে
হালকা হলুদ রঙের অজস্র বোলের আড়ালে।
এত আমের বোল আমি আমার জন্মে দেখিনি।
একটা মদির-গন্ধ ছড়িয়ে পড়েছে বাতাসে।
ফুলে ফুলে, ডালে ডালে, পল্লবে পল্লবে
মৌমাছি ও লক্ষ-কোটি কীট-পতঙ্গের ভিড়।
তারা মধুর সমুদ্রে অবগাহনের আনন্দে অস্থির।

বসন্তের ঝড় আর শিলাবৃষ্টির ঝাপটা থেকে
যদি অমৃতফলের এ-মঞ্জরিগুলি বেচে যায়—,
আসন্ন গ্রীষ্ম ও বিষণ্ন বর্ষায়
তবে আর আমাদের আমের অভাব হবে না।

হে বসন্ত, তুমি একটু শান্ত হয়ে বসো—
আমি তোমাকে আমার পরান ভরিয়া আঁকি।

‎"একবার ভালোবেসে দেখো"

তুমি যদি আমাকে না ভালোবাসো আর
এই মুখে কবিতা ফুটবে না,
এই কণ্ঠ আবৃতি করবে না কোনো প্রিয় পঙ্‌ক্তিমালা
তাহলে শুকিয়ে যাবে সব আবেগের নদী।
আমি আর পারবো না লিখতে তাহলে
...অনবদ্য একটি চরণ, একটিও ইমেজ হবে না রচিত,
তুমি যদি আমাকে না ভালোবাসো তবে
কবিতার পান্ডুলিপি জুড়ে দেখা দেবে ঘুরে ঘুরে অনাবৃষ্টি, খরা।
তুমি যদি না তাকাও এই চোখ দেখবে না কিছু
উজ্জ্বল আলোর ভোর ঘন অন্ধকারে ঢেকে যাবে,
সন্ধ্যাতারা মনে হবে মৃত নিষ্পলক চোখ
যদি ফিরে না তাকাও মর্মে আর পল্লবিত হবে না কবিতা।
তুমি যদি না দাও চুম্বন এই মুখে ফুটবে না ভাষা
মরা গাঙে জাগবে না ঢেউ, দুই তীরে প্রাণের স্পন্দন,
হবে না শস্যের মাঠে শ্রাবণের ব্যাপক বর্ষণ
হৃদয়ে হৃদয়ে আর অঙ্কুরিত হবে না কবিতা, বাজবে না গান।
তুমি যদি আমাকে না ভালোবাসো আর
প্রকৃতই আমি আগের মতন পারবো না লিখতে কবিতা
আমার আঙুলে আর খেলবে না জাদুর ঝিলিক,
এই শাদা পৃষ্ঠা জুড়ে ফুটবে না জুঁই আর চাঁপা।
একবার ভালোবেসে দেখো, একবার কাছে ডেকে দেখো
আবার আগের মতো কীভাবে ফুটাই এক লক্ষ একটি গোলাপ
অনায়াসে কীভাবে আবার অনুভূতি করি সঞ্চারিত,
একবার ভালোসেবে দেখো আবার কীভাবে লিখি দুহাতে কবিতা।


>।।মহাদেব সাহা

"যেতে পারি, কিন্তু কেন যাবো?"

যেতে পারি, কিন্তু কেন যাবো?"
________ শক্তি চট্টোপাধ্যায়

ভাবছি, ঘুরে দাঁড়ানোই ভালো।

...এতো কালো মেখেছি দু হাতে
এতোকাল ধরে!
কখনো তোমার ক’রে, তোমাকে ভাবিনি।

এখন খাদের পাশে রাত্তিরে দাঁড়ালে
চাঁদ ডাকে : আয় আয় আয়
এখন গঙ্গার তীরে ঘুমন্ত দাঁড়ালে
চিতাকাঠ ডাকে : আয় আয়

যেতে পারি
যে-কোন দিকেই আমি চলে যেতে পারি
কিন্তু, কেন যাবো?

সন্তানের মুখ ধরে একটি চুমো খাবো

যাবো
কিন্তু, এখনি যাবো না
একাকী যাবো না অসময়ে।।


 

___ শক্তি চট্টোপাধ্যায়

সেরগেই এসেনিন বলছে........................।।



ইসাডোরা, বার্লিনে তোমার সঙ্গে আছি আমি।
আমার সঙ্গে আরেক কবি - গাধাও বলতে পারো -
...গলায় ঝোলানো গিটার,
খামোখাই,
বাজাতে-টাজাতে পারে না।
কোত্থেকে এলেন আমাদের সেই মহাকথাশিল্পী,
ম্যাকসিম গোর্কি।
চেহারা ভাঙাচোরা হলে কী হবে,
চোখ দুটিতে তাঁর যেন ছুরির ঝলক,
সেই চোখ সব-কিছুর অন্তস্তলে ঢুকে যায়।
আমার দিকে তাকিয়ে গোর্কি,
চোখে স্নেহ ঝরে পড়ছে,
বললেন, ‘এসেনিন, কবিতা লিখছ তো?’
আমি পাশের গাধা-কবিটার সঙ্গে
তাঁর পরিচয় করিয়ে দিলাম।
ছোট্ট একটা ঘরের মধ্যে তুমি নাচছ, ইসাডোরা।
মরচে-রঙা পোশাক তোমার।
তোমার আধ-খোলা স্তনজোড়ার বিভাজিকায়
একগুচ্ছ মলিন ফুলের স্তবক।
নাচছিলে তুমি -
কী-যে বিচ্ছিরি লাগছিল তোমাকে!
গেলাশে চুমুক দিয়ে
তাকাচ্ছিলাম চোখের কোনায়।
তারপর
ক্লান্ত হাঁটু মুড়ে
একটা মাদি-ঘোড়ার মতো
যেন ভেঙে পরলে আমার পায়ের কাছে।
ঠোঁটে অর্থহীন বাঁধানো হাসি নিয়ে
তাকালে আমার দিকে।
আমি তো তোমার ভাষা জানি না।
রিয়াজানের ছেলে আমি।
ইঙ্গিতে,
কনুইয়ের ঠেলায়,
হাঁটুর গুঁতোয়
আমার কথা ঠিকঠাকই জানিয়ে দিচ্ছিলাম তোমাকে।
এখানে যারা আছে তারা কিছু না-বুঝলেও,
গোর্কির তীক্ষè চোখই বলে দিচ্ছিল :
আমি তোমার শরীরের
গোপনতম তিলটিরও খোঁজ রাখি।
আমাকে যখন কবিতা আবৃত্তি করতে বলা হলো,
উঠলাম।
আমার কণ্ঠস্বরের সঙ্গে
ওঠানামা করছিল আমার হাত।
শ্রোতা-দর্শকদের চোখ-মুখ জানিয়ে দিচ্ছিল
তারা কিরকম উদ্দীপিত হয়ে উঠছে।
বিশ্ববিখ্যাত হতে পারো তুমি,
কিন্তু তোমার নৃত্যের ঘূর্ণি-যে অন্তত আজ,
এখানে,
এই আসরে,
কিছু নয় -
সেটাও আয়নার মতো পরিষ্কার ফুটে উঠছিল
ওদের চোখে।
আর তারপর তুমি
বেহায়ার মতো
সব রুশীদের চুমো খাচ্ছিলে।
মদ-জড়ানো গলায়
বলছিলে তোমার ভাঙা রুশ ভাষায়,
‘আহা, রাশিয়ানরা কত ভাল!
এরকম দেখিনি আর-কোথাও!’
সব বাহানা!
সবাইকেই তুমি বলো ওরকম!
এ তো আমার নিজের চোখে দেখা -
মার্কিনিদের সঙ্গে,
ব্রিটিশদের সঙ্গে,
ফরাশিদের সঙ্গে
একই তোষামুদে ভাষায় কথা বলেছ।
একেবারে একই ভাষায়।
ছিঃ!
রিয়াজানের গ্রামীণ যুবতীরাও তোমার চেয়ে সুন্দর!

আমি বেরিয়ে এলাম।
একা।
বার্লিনের পথ-ঘাট কিছু চিনি না।
ঘুরতে ঘুরতে নদীতীরে এলাম।
কে-একজন বলল, এর নাম বুড়িগঙ্গা নদী!
আমি ঝাঁপিয়ে পড়লাম।
এই নদী থেকে অন্য নদীতে পড়ব -
সেই নদী থেকে আরেক নদীতে -
এম্নি করে পৌঁছে যাব একদিন
ইছামতী নদীতে।
তারপর সাঁৎরে উঠব পাড়ে।
পৌঁছে যাব জালালপুর গ্রামে।
আম-জাম-কাঁঠালগাছে সবুজে-সবুজ
আমাদের সেই বাড়িতে গিয়ে উঠব।
সেখানে আমার জন্যে অপেক্ষা করে আছে সবাই ॥



___ আব্দুল মান্নান সৈয়দ

"বেঁচে আছি স্বপ্ন মানুষ" .................................।

আমি হয়তো কোনোদিন কারো বুকে
জাগাতে পারিনি ভালোবাসা,
ঢালতে পারিনি কোনো বন্ধুত্বের
শিকড়ের একটু জল-
ফোটাতে পারিনি কারো একটিও আবেগের ফুল
...আমি তাই অন্যের বন্ধু বলেছি;
আমার হয়তো কোনো প্রেমিকা ছিলো না,
বন্ধু ছিলো না,
ঘরবাড়ি, বংশপরিচয় কিচ্ছু ছিলো না,
আমি ভাসমান শ্যাওলা ছিলাম,
শুধু স্বপ্ন ছিলাম;
কারো প্রেমিকাকে গোপনে বুকের মধ্যে
এভাবে প্রেমিকা ভেবে,
কারো সুখকে এভাবে বুকের মধ্যে
নিজের অনন্ত সুখ ভেবে,
আমি আজো বেঁচে আছি স্বপ্নমানুষ।
তোমাদের সকলের উষ্ণ ভালোবাসা, তোমাদের
সকল প্রেম
আমি সারি সারি চারাগাছের মতন আমার বুকে
রোপণ করেছি,
একাকী সেই প্রেমের শিকড়ে আমি
ঢেলেছি অজস্র জলধারা।
সকলের বুকের মধ্যেই একেকজন নারী আছে,
প্রেম আছে,
নিসর্গ-সৌন্দর্য আছে,
অশ্রুবিন্দু আছে
আমি সেই অশ্রু, প্রেম, নারী ও স্বপ্নের জন্যে
দীর্ঘ রাত্রি একা জেগে আছি;
সকলের বুকের মধ্যে যেসব শহরতলী আছে,
সমুদ্রবন্দর আছে
সাঁকো ও সুড়ঙ্গ আছে, ঘরবাড়ি
আছে
একেকটি প্রেমিকা আছে, প্রিয় বন্ধু আছে,
ভালোবাসার প্রিয় মুখ আছে
ভালোবাসার প্রিয় মুখ আছে
সকলের বুকের মধ্যে স্বপ্নের সমুদ্রপোত আছে,
অপার্থিব ডালপালা আছে
আমি সেই প্রেম, সেই ভালোবাসা, সেই স্বপ্ন
সেই রূপকথার
জীবন্তমানুষ হয়ে আছি;
আমি সেই স্বপ্নকথা হয়ে আছি, তোমাদের
প্রেম হয়ে আছি,
তোমাদের স্বপ্নের মধ্যে ভালোবাসা হয়ে আছি
আমি হয়ে আছি সেই রূপকথার স্বপ্নমানুষ।


"বেঁচে আছি স্বপ্ন মানুষ"
________ মহাদেব সাহা

...সে আঁধারে বিশ্বাস কি ?

আঁধারে ডাকছ কেন ?
যা বলার আলোতেই বলো
যে আঁধারে আমার ছায়া
আমাকেই ছেড়ে যায়
...সে আঁধারে বিশ্বাস কি ?

শুনিস তুই কান খুলে......................

দরজা বন্ধ থাকলে ;থাক
তবে জানলাটা খুলে রাখ ,
স্বপ্ন পাঠাবো বাতাস করে
শুনিস তুই কান খুলে ।
[শৈবাল কায়েস ১৩.১২.০৯]

বাতাস হলে................................................

বাতাস হলে ,গাছের পাতা নড়ে নদীর জল নড়ে
ছেলেটা নড়লে ,আলোর বিপরীতে ছায়াটা নড়ে ।
বৃষ্টি হলে ,এই শহর ভিজে ঐ শহর ভিজে
মেয়েটা কাঁদলে , চোখের জলে জানলা ভিজে ।
বাতাস হলে ,গাছের পাতা নড়ে নদীর জল নড়ে
...ছেলাটার ফুসফুসে বাতাস ধরেনা
বাধ্যগত ছায়াটা আর নড়েনা ।
বৃষ্টি হলে ,এই শহর ভিজে ঐ শহর ভিজে
মেয়েটা হয়তো আর কাঁদেনা
দক্ষিনের জানলা খোলা হয়না ।

[বাতাস হলে ...শৈবাল]

তোমার বাড়ি যাবো................

বন্ধু তোমার বাড়ি যাবো
==========
বন্ধু শোনো, বন্ধু শোনো,
তোমার বাড়ি যাবো
দেখবো তুমি কেমন করে
...জল-সাঁতারে নাবো।
নাববে যখন ভাববে বুঝি
ভয় দেখাবে খুব?
তাইতো দেবে দুষ্টুমিতে
অনেক বড় ডুব।
খুঁজবো কোথায়?খুঁজবো কোথায়?
কলমিলতার ফাঁকে !
নয়তো আমি দৌড়ে গিয়ে
আনবো ডেকে মাকে।
আমরা দু'জন মায়ের কাছে
খুব বকুনি খাবো ?
হোকনা তবু বন্ধু, আমি
তোমার বাড়ি যাবো ।

অত:পর

কোন
এক

...

সময়



কষ্ট



মানুষের



ক্ষান্ত



হয়



অত:পর



হয়ে



ওঠে



বিপ্লবী



বিদ্রোহী



প্রতিবাদী
না হয়
চামচা



বাটপার



স্মাগ্লার



মানুষ মারা



হাতিয়ার



আমার



কষ্টের



সীমানায়



আমি



কষ্টে



কষ্টি



পাথর

আমি হয়তো মানুষ নই, মানুষগুলো অন্যরকম......

মানুষ
_________ নির্মলেন্দু গুণ

আমি হয়তো মানুষ নই, মানুষগুলো অন্যরকম,
হাঁটতে পারে, বসতে পারে, এ-ঘর থেকে ও-ঘরে যায়,
...মানুষগুলো অন্যরকম, সাপে কাটলে দৌড়ে পালায় ।

আমি হয়তো মানুষ নই, সারাটা দিন দাঁড়িয়ে থাকি,
গাছের মতো দাঁড়িয়ে থাকি।
সাপে কাটলে টের পাই না, সিনেমা দেখে গান গাই না,
অনেকদিন বরফমাখা জল খাই না ।
কী করে তাও বেঁচে থাকছি, ছবি আঁকছি,
সকালবেলা, দুপুরবেলা অবাক করে
সারাটা দিন বেঁচেই আছি আমার মতে । অবাক লাগে ।

আমি হয়তো মানুষ নই, মানুষ হলে জুতো থাকতো,
বাড়ি থাকতো, ঘর থাকতো,
রাত্রিবেলায় ঘরের মধ্যে নারী থাকতো,
পেটের পটে আমার কালো শিশু আঁকতো ।

আমি হয়তো মানুষ নই,
মানুষ হলে আকাশ দেখে হাসবো কেন ?
মানুষগুলো অন্যরকম, হাত থাকবে,
নাক থাকবে, তোমার মতো চোখ থাকবে,
নিকেলমাখা কী সুন্দর চোখ থাকবে
ভালোবাসার কথা দিলেই কথা রাখবে ।

মানুষ হলে উরুর মধ্যে দাগ থাকতো ,
বাবা থাকতো, বোন থাকতো,
ভালোবাসার লোক থাকতো,
হঠাৎ করে মরে যাবার ভয় থাকতো ।

আমি হয়তো মানুষ নই,
মানুষ হলে তোমাকে নিয়ে কবিতা লেখা
আর হতো না, তোমাকে ছাড়া সারাটা রাত
বেঁচে থাকাটা আর হতো না ।

মানুষগুলো সাপে কাটলে দৌড়ে পালায় ;
অথচ আমি সাপ দেখলে এগিয়ে যাই,
অবহেলায় মানুষ ভেবে জাপটে ধরি ।

"নোটবই"

‎"নোটবই"
_______ সুকুমার রায়

এই দেখ পেনসিল্, নোটবুক এ–হাতে,
এই দেখ ভরা সব কিল্‌বিল্ লেখাতে।
...ভালো কথা শুনি যেই চট্‌পট্ লিখি তায়—
ফড়িঙের ক'টা ঠ্যাং, আরশুলা কি কি খায়;
আঙুলেতে আটা দিলে কেন লাগে চট্‌চট্,
কাতুকুতু দিলে গরু কেন করে ছট্‌ফট্।
দেখে শিখে প'ড়ে শুনে ব'সে মাথা ঘামিয়ে
নিজে নিজে আগাগোড়া লিখে গেছি আমি এ।
কান করে কট্ কট্ ফোড়া করে টন্‌টন্—
ওরে রামা ছুটে আয়, নিয়ে আয় লন্ঠন।
কাল থেকে মনে মোর লেগে আছে খট্‌কা,
ঝোলাগুড় কিসে দেয়? সাবান না পট্‌কা?
এই বেলা প্রশ্নটা লিখে রাখি গুছিয়ে,
জবাবটা জেনে নেব মেজদাকে খুঁচিয়ে।
পেট কেন কাম্‌ড়ায় বল দেখি পার কে?
বল দেখি ঝাঁজ কেন জোয়ানের আরকে?
তেজপাতে তেজ কেন? ঝাল কেন লঙ্কায়?
নাক কেন ডাকে আর পিলে কেন চমকায়?
কার নাম দুন্দুভি? কার নাম অরণি?
বল্‌বে কি, তোমরা তো নোটবই পড়নি।

'হুলিয়া'

'হুলিয়া'

________ নির্মলেন্দু গুন

 

(শেষ অংশ)

মা আমাকে ক্রন্দনসিক্ত একটি চুম্বনের মধ্যে
লুকিয়ে রেখে অনেক জঙ্গলের পথ অতিক্রম করে
পুকুরের জলে চাল ধুতে গেলেন; আমি ঘরের ভিতরে তাকালুম,
...দেখলুম দু’ঘরের মাঝামাঝি যেখানে সিদ্ধিদাতা গণেশের ছবি ছিল,
সেখানে লেনিন, বাবার জমা- খরচের পাশে কার্ল মার্কস;
আলমিরার একটি ভাঙ্গা- কাচের অভাব পূরণ করছে
ক্রুপস্কায়ার ছেঁড়া ছবি৷

মা পুকুর থেকে ফিরছেন, সন্ধ্যায় মহকুমা শহর থেকে
ফিরবেন বাবা, তাঁর পিঠে সংসারের ব্যাগ ঝুলবে তেমনি৷
সেনবাড়ি থেকে খবর পেয়ে বৌদি আসবেন,
পুনর্বার বিয়ে করতে অনুরোধ করবেন আমাকে৷
খবর পেয়ে যশমাধব থেকে আসবে ন্যাপকর্মী ইয়াসিন,
তিন মাইল বিষ্টির পথ হেঁটে রসুলপুর থেকে আসবে আদিত্য৷
রাত্রে মারাত্মক অস্ত্র হাতে নিয়ে আমতলা থেকে আসবে আব্বাস৷
ওরা প্রত্যেকেই জিজ্ঞেস করবে ঢাকার খবর:
– আমাদের ভবিষ্যত্ কী?
– আইয়ুব খান এখন কোথায়?
– শেখ মুজিব কি ভুল করেছেন?
– আমার নামে কতদিন আর এরকম হুলিয়া ঝুলবে?

আমি কিছুই বলবো না৷
আমার মুখের দিকে চেয়ে থাকা সারি সারি চোখের ভিতরে
বাংলার বিভিন্ন ভবিষ্য়্ত্কে চেয়ে চেয়ে দেখবো৷
উত্কন্ঠিত চোখে চোখে নামবে কালো অন্ধকার, আমি চিত্কার করে
কন্ঠ থেকে অক্ষম বাসনার জ্বালা মুছে নিয়ে বলবো:
‘আমি এসবের কিছুই জানি না,
আমি এসবের কিছুই বুঝি না৷’

'হুলিয়া'

‎'হুলিয়া'
________ নির্মলেন্দু গুন

(প্রথম অংশ)

...আমি যখন বাড়িতে পৌঁছলুম তখন দুপুর,
আমার চতুর্দিকে চিকচিক করছে রোদ,
শোঁ শোঁ করছে হাওয়া।
আমার শরীরের ছায়া ঘুরতে ঘুরতে ছায়াহীন
একটি রেখায় এসে দাঁড়িয়েছে৷

কেউ চিনতে পারেনি আমাকে,
ট্রেনে সিগারেট জ্বালাতে গিয়ে একজনের কাছ থেকে
আগুন চেয়ে নিয়েছিলুম, একজন মহকুমা স্টেশনে উঠেই
আমাকে জাপটে ধরতে চেয়েছিল, একজন পেছন থেকে
কাঁধে হাত রেখে চিত্কার করে উঠেছিল;- আমি সবাইকে
মানুষের সমিল চেহারার কথা স্মরণ করিয়ে দিয়েছি৷
কেউ চিনতে পারেনি আমাকে, একজন রাজনৈতিক নেতা
তিনি কমিউনিস্ট ছিলেন, মুখোমুখি বসে দূর থেকে
বারবার চেয়ে দেখলেন-, কিন্তু চিনতে পারলেন না৷

বারহাট্টায় নেমেই রফিজের স্টলে চা খেয়েছি,
অথচ কী আশ্চর্য, পুনর্বার চিনি দিতে এসেও
রফিজ আমাকে চিনলো না৷
দীর্ঘ পাঁচ বছর পর পরিবর্তনহীন গ্রামে ফিরছি আমি৷
সেই একই ভাঙাপথ, একই কালোমাটির আল ধরে
গ্রামে ফেরা, আমি কতদিন পর গ্রামে ফিরছি৷

আমি যখন গ্রামে পৌঁছলুম তখন দুপুর,
আমার চতুর্দিকে চিকচিক করছে রোদ,
শোঁ-শোঁ করছে হাওয়া৷
অনেক বদলে গেছে বাড়িটা,
টিনের চাল থেকে শুরু করে পুকুরের জল,
ফুলের বাগান থেকে শুরু করে গরুর গোয়াল;
চিহ্নমাত্র শৈশবের স্মৃতি যেন নেই কোনখানে৷

পড়ার ঘরের বারান্দায় নুয়ে-পড়া বেলিফুলের গাছ থেকে
একটি লাউডুগী উত্তপ্ত দুপুরকে তার লক্লকে জিভ দেখালো৷
স্বতঃস্ফূর্ত মুখের দাড়ির মতো বাড়িটির চতুর্দিকে ঘাস, জঙ্গল,
গর্ত, আগাছার গাঢ় বন গড়ে উঠেছে অনায়াসে; যেন সবখানেই
সভ্যতাকে ব্যঙ্গ করে এখানে শাসন করছে গোঁয়ার প্রকৃতি৷
একটি শেয়াল একটি কুকুরের পাশে শুয়েছিল প্রায়,
আমাকে দেখেই পালালো একজন, একজন গন্ধ শুঁকে নিয়ে
আমাকে চিনতে চেষ্টা করলো- যেন পুলিশ-সমেত চেকার
তেজগাঁয় আমাকে চিনতে চেষ্টা করেছিল৷
হাঁটতে- হাঁটতে একটি গাছ দেখে থমকে দাঁড়ালাম,
অশোক গাছ, বাষট্টির ঝড়ে ভেঙ্গে যাওয়া অশোক,
একসময়ে কী ভীষন ছায়া দিতো এই গাছটা;
অনায়াসে দু’জন মানুষ মিশে থাকতে পারতো এর ছায়ায়৷
আমরা ভালোবাসার নামে একদিন সারারাত
এ-গাছের ছায়ায় লুকিয়ে ছিলুম৷
সেই বাসন্তী, আহা, সেই বাসন্তী এখন বিহারে,
ডাকাত স্বামীর ঘরে চার- সন্তানের জননী হয়েছে৷

পুকুরের জলে শব্দ উঠলো মাছের, আবার জিভ দেখালো সাপ,
শান্ত-স্থির-বোকা গ্রামকে কাঁপিয়ে দিয়ে
একটি এরোপ্লেন তখন উড়ে গেলো পশ্চিমে – -৷
আমি বাড়ির পেছন থেকে দরোজায় টোকা দিয়ে
ডাকলুম,— “মা’৷
বহুদিন যে-দরোজা খোলেনি,
বহুদিন যে দরোজায় কোন কন্ঠস্বর ছিল না,
মরচে-পরা সেই দরোজা মুহূর্তেই ক্যাচ্ক্যাচ শব্দ করে খুলে গেলো৷
বহুদিন চেষ্টা করেও যে গোয়েন্দা-বিভাগ আমাকে ধরতে পারেনি,
চৈত্রের উত্তপ্ত দুপুরে, অফুরন্ত হাওয়ার ভিতরে সেই আমি
কত সহজেই একটি আলিঙ্গনের কাছে বন্দী হয়ে গেলুম;
সেই আমি কত সহজেই মায়ের চোখে চোখ রেখে
একটি অবুঝ সন্তান হয়ে গেলুম৷

পথে পথে

আমার এ ঘর ভাঙিয়াছে যেবা
আমি বাঁধি তার ই ঘর
আপন করিতে কাঁদিয়া বেড়াই
যে মোরে করেছে পর
যে মোরে করেছে পথের বিবাগী
...পথে পথে আমি ঘুরি তার লাগি
সারাটি রাত্রি কাঁদিয়া বেড়াই
ঘুম যে হরেছে মোর...
আমার এ ঘর ভাঙিয়াছে যেবা..
আমি বাঁধি তার ই ঘর..।।

পুনরুথ্থান


বলাকা পাখায়
তার শেয রক্তবিন্দু ঢেলে,
তামসী আয়ুধ বিদীর্ন সূর্য,
...রেখে যায় তার ভষ্মিভূত অবশেয
ধরিত্রীকরে,নবোদয় শুভেচ্ছা প্রার্থনায়.

আমি থাকি অন্ধকারে,
শবরি প্রতীক্ষায়.
(কিন্তু ক্লীবের স্ংগা নিয়ে নয়)
এক নব প্রভাতের অপেক্ষায়,
রবিকর পুনরুথ্থান সম্ভাবনায়.

অরুন কুমার মুখোপাধ্যায়, উত্তরপাড়া,19.11.2009

শনিবার, ২৯ জানুয়ারি, ২০১১

ভয়ে বিবশ......

কে বলে আমি একাকিত্‌ত ভয় পাই ?????
আমার পুরো মুহূত'গুলো অশীতিপর বৃদ্ধের কম্পমান হাতের মত অবিরত ঠকঠকায়।
এক অনুক্ষনের কৃপা বোধহয় প্রভু আমায় করবেন না।
শুধু আশা মৃত্যুতেই আমার সব কম্পন ভয়ে বিবশ হবে।
...............নাসরিন জাহান রানি।

ইচ্ছে

কখনো ইচ্ছে হয় আড়ালেই থাকি
দুপুরের আনমনা ম্রিয়মাণ আলোয়
জীবন সাজিয়ে নেই, অন্য কোন সাজে-
সুদূরের, অচেনা ঠিকানায়।

...............।নাম না জানা কবি।

শুক্রবার, ২৮ জানুয়ারি, ২০১১

Good Vs Bad

once I did bad...
That's I heard ever..............
Twice I did good, but that I heard never.
'''' That's the world. ''''

ডুব দিই ইচ্ছে সমুদ্রে

মাঝে মাঝে মনে হয় ডুব দিই ইচ্ছে সমুদ্রে, চারপাশে এত বিলাসের হাতছানি, মনে হয় ভিজিয়ে নেই আমার মনকে, নিরমল, শীতল শান্ত জল ধারাতে, ডুব মারি আপন সামুদ্দুরে, ফেনিল সমাধি হউক আমার আপনার আপন ইচ্ছে শায়রে।
........নাসরিন জাহান রানি।